প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ পূণ্য তিথি উপলক্ষে তেওঁলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 23 JUN 2020 10:25AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ পূণ্য তিথি উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, মা ভাৰতীয় মহান সূযোগ্য পুত্ৰ ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ পূণ্য তিথিত তেওঁলৈ শত শত প্ৰণাম জনাইছো৷

***

VRRK/SH/DB



(Release ID: 1633735) Visitor Counter : 137