প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 21 MAY 2020 10:26AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জনাইছো৷”

***

VRRK/SH/DB


(ৰিলিজ আই ডি : 1625806) অতিথি কক্ষ : 194