তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৰাজ্যৰ সকলো মুখ্য সচিবকে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীৰ অনুৰোধ, ক’ভিড-১৯ ৰ বাবে চাকৰি আৰু দৰমহা কৰ্তন নকৰিবলৈ নিয়োগকৰ্তা সকলক দিয়ক পৰামৰ্শ। - পিআইবি ফেক্ট-চেকে নিশ্চিত কৰিলে বাতৰিৰ সত্যতা

ক’ভিড-১৯ৰ ৰাজ্য ভিত্তিক ৰূপৰেখা

Posted On: 28 APR 2020 9:14PM by PIB Guwahati

ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা পৰিস্থিতিত কোনো কৰ্মচাৰীৰে দৰমহা আৰু চাকৰি কৰ্তন নকৰিবলৈ দেশৰ সকলো নিয়োগকৰ্তাকে পৰামৰ্শ দিবলৈ ৰাজ্যসমূহৰ মুখ্য সচিবসকলক শ্ৰম মন্ত্ৰালয়ে অনুৰোধ কৰা এক টুইটৰ সত্যতা আজি নিশ্চিত কৰিছে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ৰ ‘ফেক্ট-চেক’ গোটে।

 

Claim: A circular is doing rounds on social media projecting to be from @LabourMinistry.#PIBFactCheck: Found True! The Ministry has requested all chief secretaries to advise employers of all establishments to not terminate or reduce wages of their employees amid #Covid_19 pic.twitter.com/416z4s5WRK

— PIB Fact Check (@PIBFactCheck) April 28, 2020

 

#PIBFactCheck from @RanchiPIB https://t.co/xPF5euempV

— PIB Fact Check (@PIBFactCheck) April 28, 2020

 

আন এক পোষ্টত, এটা নিউজ পোৰ্টেলত প্ৰচাৰ হৈ থকা উৰা বাতৰিও ধৰা পেলাইছে। এই পোৰ্টেলটোৱে প্ৰচাৰ কৰা খবৰটো আছিল এনেধৰণৰ যে জয়পুৰত এগৰাকী সাধুৰ ‘চিলিম’ৰ যোগেদি ৩০০ গৰাকী লোকৰ দেহলৈ ক’ভিড-১৯ সংক্ৰমিত হৈছে। জয়পুৰৰ জিলা দণ্ডাধীশে জনাইছে যে তেনে কোনো ঘটনা ঘটা নাই আৰু এই খবৰ সম্পূৰ্ণ ভিত্তিহীন।

 

 

 

ৰাজ্যভিত্তিক ৰূপৰেখা

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰ শাসিত অঞ্চল

মুঠ সক্ৰিয় ক’ভিড-১৯ ৰ ঘটনা

আজিলৈ নিৰাময় হোৱা/চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া ক’ভিড-১৯ ৰোগীৰ সংখ্যা

 

আজিলৈ হোৱা মৃত্যুৰ সংখ্যা

1

হাৰিয়ানা

85

213

3

2

হিমাচল প্ৰদেশ

10

25

1

3

পঞ্জাৱ

213

98

19

4

চণ্ডীগড়

28

17

0

5

অন্ধ্ৰপ্ৰদেশ

911

235

31

6

তেলেংগানা

646

61

0

7

মহাৰাষ্ট্ৰ

7308

1282

369

8

মধ্য প্ৰদেশ

2001

361

113

9

ৰাজস্থান

1593

669

46

10

কেৰেলা

123

355

3

11

কৰ্ণাটক

302

198

20

12

অৰুণাচল প্ৰদেশ

0

1

0

13

অসম

9

27

1

14

মণিপুৰ

0

2

0

15

মেঘালয়

11

0

1

16

মিজোৰাম

1

0

0

17

নাগালেণ্ড

1

0

0

18

ছিকিম

0

0

0

19

ত্ৰিপুৰা

0

2

0

 

তামিলনাডুত সম্প্ৰতি সৰ্বমুঠ ৫২ টা ঘটনাৰ পিছত ৪৭ টা ঘটনা সক্ৰিয় হৈ আছে। ইফালে জম্মু-কাশ্মীৰত আজি ১৯ টা নতুন ঘটনা ধৰা পৰিছে। জম্মুত এই পৰ্যন্ত ৫৮ টা ঘটনা ধৰা পৰাৰ বিপৰীতে কাশ্মীৰত ধৰা পৰাছে ৫০৭ টা ঘটনা। ৩৫৪৮ টা পজিটিভ ঘটনাৰে ক’ভিড-১৯ ত আক্ৰান্তৰ দিশেৰে দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে। মৃত্যুৰ হাৰৰ দিশেৰেও মহাৰাষ্ট্ৰৰ পিছতেই ১৬২ ৰে দ্বিতীয় স্থানত আছে গুজৰাট। চট্টিশগড়ত এই পৰ্যন্ত ৩৭ টা ঘটনা ধৰা পৰিছে আৰু ইয়াৰ ভিতৰত ৩২ টা ঘটনাই নিৰাময় লাভ কৰিছে। গোৱাত ধৰা পৰিছে মাত্ৰ ৭ টা পজিটিভৰ ঘটনা আৰু তাত আটাইকেইগৰাকী ৰোগীয়েই আৰোগ্য লাভ কৰিছে তথা সম্প্ৰতি কোনো লোক পজিটিভ অৱস্থান নাই।

***

NB/MKV/AK/RD


(Release ID: 1619142)