কৃষি মন্ত্ৰালয়
পুছা প্ৰদুষণমু্ক্ত আৰু বীজানুনাশক সুৰংগ উদ্বোধন কৰিলে ৰাজ্যিক কৃষি মন্ত্ৰী কৈলাস চৌধুৰীয়ে
प्रविष्टि तिथि:
16 APR 2020 4:14PM by PIB Guwahati
নতুন দিল্লীস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ, কৃষি অভিযান্তিক শাখা, আইচিএআৰে বিকাশ সাধন কৰা পুছা প্ৰদুষণবিৰোধী আৰু বীজানুনাশক এটা সুৰংগ আজি উদ্বোধন কৰে কৃষি আৰু কৃষক কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী কৈলাস চৌধুৰীয়ে৷ এই উপলক্ষে ডিএআৰইৰ সচিব তথা আইচিএআৰৰ সঞ্চালক ড০ ত্ৰিলোচন মহাপাত্ৰ আৰু নতুন দিল্লীৰ আইচিএআৰ-আইএআৰআইৰ সঞ্চালক ড০ এ. কে. সিঙো উপস্থিত থাকে৷
এই বীজানুমুক্ত ব্যৱস্থাত ভৰিৰে চালিত চাবোন আৰু পানী নিৰ্গমন হাত ধোৱাৰ সুবিধা, ২০ ছেকেণ্ডৰ বাবে স্প্ৰে’ কৰা এক চেনিটাইজিং সুৰংগ আছে৷ স্বাস্থ্য বিভাগৰ পৰামৰ্শক্ৰমে এই সুৰংগত ০.০৪৫% পৰিমাণৰ চতুৰ্ভুজীয় এমনিয়াম যৌগ(কিউএচি) ব্যৱহাৰ কৰা হৈছে৷
*****
APS/PK/MS/BA
(रिलीज़ आईडी: 1615132)
आगंतुक पटल : 254