প্ৰতিৰক্ষা মন্ত্ৰালয়

DRDO ই PPE পৰীক্ষণৰ সুবিধা DRDE গোৱালিয়ৰৰ পৰা দিল্লীৰ INMAS লৈ স্থানান্তৰ কৰে।

प्रविष्टि तिथि: 16 APR 2020 4:58PM by PIB Guwahati

ব্যক্তিগত সুৰক্ষা সঁজুলি(পিপিই) আৰু মাস্ক সৰবৰাহ কৰাত হোৱা বিলম্ব দুৰ কৰাৰ লক্ষ্যৰে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(ডিআইডিঅ’)ই গোৱালিয়ৰস্থিত প্ৰতিৰক্ষা গৱেষণা উন্নয়ন প্ৰতিষ্ঠান(ডিআৰডিই)ৰ পৰা দিল্লীৰ নিউক্লিয়েৰ মেডিচিন এণ্ড এলায়েড ছায়েন্স ইনষ্টিটিউট(আইএনএমএএছ)লৈ ইয়াৰ পৰীক্ষণ সুবিধা স্থানান্তৰ কৰিছে৷ আইএনএমএএছ হৈছে ডিআৰডিঅ’ৰ অন্যতম আগশাৰীৰ জীৱন বিজ্ঞান গৱেষণাৰ৷ ইয়াত শৰীৰৰ পোচাক আৰু মাস্কৰ মূল্যায়ন তথা পৰীক্ষা কৰা হয়৷ এই গৱেষণাগাৰত ইতিমধ্যে ৫০ বেটচ এনে সামগ্রীৰ পৰীক্ষা সম্পন্ন হৈছে৷

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত অগ্ৰণী ভূমিকা পালন কৰা ডিআৰডিইক এতিয়া বিদেশৰ পৰা এইচএলএল লাইফকেয়াৰ লিমিটেডৰ পাওয়া মাস্ক আৰু শৰীৰৰ পোচাকৰ মানদণ্ড পৰীক্ষা সুনিশ্চিত কৰাৰ
দায়িত্ব দিয়া হৈছে৷

***

 

ABB/SS/Nampi/KA/DK/Savvy/ADA/DB


(रिलीज़ आईडी: 1615130) आगंतुक पटल : 270
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Gujarati , Urdu , हिन्दी , Bengali , Punjabi , Tamil , Telugu , Kannada