প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৪ এপ্ৰিল ২০২০ তাৰিখে ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

Posted On: 13 APR 2020 3:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১৪ এপ্ৰিল ২০২০ তাৰিখে পুৱা ১০ বজাত ৰাষ্ট্ৰবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা টুইটাৰত এই বিষয়ে সদৰী কৰা হয়৷

 

VRRK/ VJ/MANN



(Release ID: 1613996) Visitor Counter : 211