ৰেল মন্ত্ৰালয়

দেশৰ সকলো গুৰুত্বপূৰ্ণ কেন্দ্ৰক সংযোজিত কৰিবৰ বাবে ৫৮ টা ৰে’লপথত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে ১০৯ খন সময়সূচীভুক্ত মালবাহী ৰে’ল

দেশত প্ৰথমবাৰৰ বাবে বৃহৎসংখ্যক মালবাহী ৰে’লৰ বাবে সময়সূচী সাজু


স্থানীয় উদ্যোগ, ই-কমাৰ্চ কোম্পানী, ইচ্ছুক গোট, ব্যক্তিয়ে পাৰ্চেলসমূহ বুক কৰিব পাৰিব


তথ্যসমূহ উপলব্ধ হৈছে NTES ৱেবছাইটযোগেও

Posted On: 08 APR 2020 6:37PM by PIB Guwahati

সমগ্ৰ দেশতে খাদ্যবস্তুৰ যোগান শৃংখলা অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্য ভাৰতীয় ৰে’লৱেই সমগ্ৰ দেশতেই অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে অন্যান্য পণ্যদ্ৰৱ্য পৰিবহন কৰিবৰ বাবে সময়সূচীভুক্ত মালবাহী ৰে’লৰ অনবদ্য পৰিবহন সেৱা আৰম্ভ কৰিছে। আশা কৰা হৈছে, এই পদক্ষেপে দেশৰ সৰ্বসাধাৰণ ৰাইজ, উদ্যোগ আৰু কৃষিক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলব্ধতা পূৰণ কৰিবলৈ সক্ষম হ’ব।

 

লকডাউন আৰম্ভ হোৱাৰ পৰাই আনুমানিক ৫৮ টা ৰে’লপথ (১০৯ খন ৰে’ল) বিশেষ মালবাহী ৰে’লৰ চলাচলৰ বাবে সাজু কৰা হৈছে। উল্লেখ্য যে ৫ এপ্ৰিল, ২০২০ তাৰিখলৈ মুঠ ২৭ টা পথত এই ৰে’লসমূহে চলাচল কৰিছিল, ইয়াৰ ভিতৰত ১৭ টা পথ নিয়মিত সূচীভুক্ত সেৱাৰ বাবে ব্যৱহৃত হৈছিল। ইফালে বাকীকেইটা ৰে’লপথ কেৱল একক যাত্ৰাৰ বাবেহে ব্যৱহাৰ কৰা হৈছিল। তাৰ সমান্তৰালকৈ ৪০ টা নতুন ৰে’লপথ চিনাক্ত কৰা হৈছে আৰু ব্যৱহাৰৰ বাবে সাজু কৰা হৈছে। কিছুসংখ্যক পূৰ্বৰ পথত ৰে’ল চলাচল অধিক কৰি তোলা হৈছে। ইয়াৰ ফলত ভাৰতৰ প্ৰায় আটাইবোৰ গুৰুত্বপূৰ্ণ চহৰকে ক্ষীপ্ৰতাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিৱহনেৰে সংযোজিত কৰা হ’ব। উল্লেখ্য যে এই সেৱাসমূহ পৰৱৰ্তী পৰ্যায়ত আৰু বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

 

সময়সূচীভুক্ত মালবাহী ৰে’লসমূহৰ যাত্ৰা গ্ৰাহকৰ চাহিদা অনুসৰিহে সাজু কৰা হয়। এই সময়সূচীভুক্ত মালবাহী ৰে’লসমূহে গদেশৰ বিভিন্ন গুৰুত্বপূৰণ ক’ৰিড’ৰ যেনে দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, হায়দৰাবাদ আৰু বেঙ্গালুৰুৰ সৈতে সংযোজিত হয়। ইয়াৰ উপৰিও, গুৱাহাটীলৈ সঠিক সংযোজন সুনিশ্চিত কৰা হয়, যাতে দেশৰ উত্তৰ-পূৱ প্ৰান্তলৈ পৰ্যাপ্ত পৰিমাণৰ যোগান সুনিশ্চিত কৰিব পাৰি।

এই ৰে’লসমূহে সংযোজন কৰা অন্যান্য গুৰুত্বপূৰ্ণ চহৰসমূহ ক্ৰমে ভূপাল, আহমেদাবাদ, এলাহাবাদ,  দেৰাডুন, বাৰাণসী, বদোদৰা, ৰাঁচী, গোৰখপুৰ, থিৰুৱনন্তপুৰম, ছালেম, ৱাৰাঙ্গল, বিজয়ৱাড়া, বিশাখাপট্টনম, ৰুৰকেল্লা, বিলাসপুৰ, ভুছাৱল, টাটানগৰ, জয়পুৰ, ঝাঞ্চী, আগ্ৰা, নাছিক, নাগপুৰ, আকোলা, জালগাওঁ, ছুৰাট, পুনে, ৰাইপুৰ, পাটনা, আছাঞ্চল, কাণপুৰ, জয়পুৰ, বিকানীৰ, আজমীৰ, গোৱালিয়ৰ, মথুৰা, নেলোৰ, জবলপুৰ ইত্যাদি।

এই সময়ছোৱাত ভাৰতীয় ৰে’লৱেই অন্যান্য মালবাহী ৰে’লসমূহো গ্ৰাহকৰ চাহিদা সাপেক্ষে সক্ৰিয় কৰি তুলিছে, তাৰ ভিতৰত আছে -

) পালনপুৰ (গুজৰাট)ৰ পৰা পালৱাল (দিল্লীৰ সমীপত)লৈ আপু ৰেনিগুণ্টা (অন্ধ্ৰপ্ৰদেশ) ৰ পৰা দিল্লীলৈ গাখীৰ বিশেষ বা মিল্ক স্পেচিয়েলছ

) কংকাৰিয়া (গুজৰাট)ৰ পৰা কাণপুৰ আৰু সংক্ৰাইল (কলকাতাৰ সমীপত)লৈ দুগ্ধজাত সামগ্ৰী

) পঞ্জাৱৰ মোগাৰ পৰা অসমৰ চাংসাৰিলৈ খাদ্য সামগ্ৰী

উল্লেখ্য যে যিবোৰ স্থানত চাহিদা কম আছে, সেইবোৰ স্থানৰ মাজেৰেও এই সময়সূচীৰ মালবাহী ৰে’লবোৰ চলাচল কৰিছে, যাতে দেশৰ কোনো প্ৰান্তই বা কোনোটো স্থানেই অসংযোজিত হৈ থাকিব নালাগে। কিছুমান ৰেল কেৱল দুখনকৈ মালবাহী ভান বা এখন মালবাহী ভান আৰু ব্ৰেক ভানৰ সৈতে চলি আছে।

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত নিম্নোল্লিখিত মণ্ডলসমূহত এইসমূহ মালবাহী ৰে’লৰ চলাচল আৰম্ভ কৰা হৈছে -

ক্ৰমিক নং

মণ্ডল

পাৰ্চিল বিশেষ ৰে’লৰ যোৰ

1

পশ্চিম মণ্ডল

12 যোৰা

2

কেন্দ্ৰীয় মণ্ডল

07 যোৰা

3

পশ্চিম কেন্দ্ৰীয় মণ্ডল

05 যোৰা

4

উত্তৰ মণ্ডল

08 যোৰা

5

উত্তৰ পশ্চিম মণ্ডল

01 যোৰা

6

দক্ষিণ মণ্ডল/দক্ষিণ পশ্চিম মণ্ডল

10 যোৰা

7

দক্ষিণ কেন্দ্ৰীয় মণ্ডল

05 যোৰা

8

দক্ষিণ পূৱ মণ্ডল

03 যোৰা

9

দক্ষিণ পূৱ কেন্দ্ৰীয় মণ্ডল

04 যোৰা

10

উত্তৰ কেন্দ্ৰীয় মণ্ডল

01 যোৰা

11

পূৱ কেন্দ্ৰীয় মণ্ডল

02 যোৰা

12

উত্তৰ পূৱ মণ্ডল

01 যোৰা

13

পূৱ মণ্ডল

07 যোৰা

14

পূৱ কেন্দ্ৰীয় মণ্ডল

01 যোৰা

(এই তথ্যখিনি ৮ এপ্ৰিলৰ পুৱা পৰ্যন্ত, আৰু অনুক্ৰমে নিয়মিতভাৱে আপডেট কৰি থকা হ’ব।)

পথসমূহৰ তালিকা

ক্ৰমিক নং

যাত্ৰা আৰম্ভৰ স্থান

গন্তব্য স্থান

মালবাহী ৰে’ল নং

 

কেন্দ্ৰীয় ৰে’লৱে

1

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ

নাগপুৰ

00109

নাগপুৰ

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ

00110

2

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ

ৱাড়ি

00111

ৱাড়ি

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ

00112

3

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ

শালিমাৰ

00113

শালিমাৰ

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ

00114

4

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ

মাদ্ৰাজ

00115

মাদ্ৰাজ

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ

00116

5

চাংসাৰি

কল্যাণ

00104

 

পূৱ ৰে’লৱে

1

হাওৰা

নতুন দিল্লী

00309

নতুন দিল্লী

হাওৰা

00310

2

শিয়ালদহ

নতুন দিল্লী

00311

নতুন দিল্লী

শিয়ালদহ

00312

3

শিয়ালদহ

গুৱাহাটী

00313

গুৱাহাটী

শিয়ালদহ

00314

4

হাওৰা

গুৱাহাটী

00303

গুৱাহাটী

হাওৰা

00304

5

হাওৰা

জামালপুৰ

00305

জামালপুৰ

হাওৰা

00306

6

শিয়ালদহ

মালদা টাউন

00315

মালদা টাউন

শিয়ালদহ

00316

7

হাওৰা

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ

00307

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ

হাওৰা

00308

 

 

পূৱ কেন্দ্ৰীয় ৰে’লৱে

 

1

দীনদয়াল উপাধ্যায় জংচন

সহৰ্ষ

00302

সহৰ্ষ

দীনদয়াল উপাধ্যায় জংচন

00301

 

 

পূৱ ক’ষ্ট ৰে’লৱে

 

1

বিশাখাপট্টনম

কটক

00532

কটক

বিশাখাপট্টনম

00531

2

বিশাখাপট্টনম

চম্বলপুৰ

00530

চম্বলপুৰ

বিশাখাপট্টনম

00529

 

 

উত্তৰ ৰে’লৱে

1

নতুন দিল্লী

গুৱাহাটী

00402

গুৱাহাটী

নতুন দিল্লী

00401

2

অমৃতসৰ

হাওৰা

00464

হাওৰা

অমৃতসৰ

00463

3

দিল্লী

যমুনা টাৱি

00403

যমুনা টাৱি

দিল্লী

00404

4

কাল্কা

আম্বালা

00454

আম্বালা

কাল্কা

00453

5

দেৰাডুন

দিল্লী

00434

দিল্লী

দেৰাডুন

00433

 

 

উত্তৰ কেন্দ্ৰীয় ৰে’লৱে

1

প্ৰয়াগৰাজ

ঝাঁঞ্চি

00436

ঝাঁঞ্চি

প্ৰয়াগৰাজ

00435

 

 

উত্তৰ-পূৱ ৰে’লৱে

 

1

মাণ্ডুৱাদি

কাঠগোড়াম

00501

কাঠগোড়াম

মাণ্ডুৱাদি

00502

 

উত্তৰ পূৱ ফ্ৰণ্টিয়াৰ ৰে’লৱে

1

নিউ গুৱাহাটী

আগৰতলা

 

 

উত্তৰ-পশ্চিম ৰে’লৱে

1

জয়পুৰ-ৰেৱাৰি-যোধপুৰ-আহমেদাবাদ-জয়পুৰ

00951

2

জয়পুৰ-আহমেদাবাদ-যোধপুৰ-ৰেৱাৰি-জয়পুৰ

00952

 

দক্ষিণ ৰে’লৱে

1

মাদ্ৰাজ

নতুন দিল্লী

00646

নতুন দিল্লী

মাদ্ৰাজ

00647

2

মাদ্ৰাজ

কইম্বাটোৰ

00653

কইম্বাটোৰ

মাদ্ৰাজ

00654

3

চেন্নাই ইগমোৰ

নাগৰক’ইল

00657

নাগৰক’ইল

চেন্নাই ইগমোৰ

00658

4

থিৰুৱনন্তপুৰম

কোজিকোড়ে

00655

কোজিকোড়ে

থিৰুৱনন্তপুৰম

00656

 

দক্ষিণ কেন্দ্ৰীয় ৰে’লৱে

1

ছেকেণ্ড্ৰাবাদ

হাওৰা

 

হাওৰা

ছেকেণ্ড্ৰাবাদ

 

2

ৰেণিগুণ্টা

ছেকেণ্ড্ৰাবাদ

00769

ছেকেণ্ড্ৰাবাদ

ৰেণিগুণ্টা

00770

3

ৰেণিগুণ্টা

ছেকেণ্ড্ৰাবাদ

00767

ছেকেণ্ড্ৰাবাদ

ৰেণিগুণ্টা

00768

4

কাকিনাড়া

ছেকেণ্ড্ৰাবাদ

00765

ছেকেণ্ড্ৰাবাদ

কাকিনাড়া

00766

5

ৰেণিগুণ্টা

নিজামুদ্দিন

00761 (গাখীৰ)

 

 

দক্ষিণ পূৱ ৰে’লৱে

1

শালিমাৰ

ৰাঁচী

00801

ৰাঁচী

শালিমাৰ

00802

2

শালিমাৰ

চাংসাৰি

00803

চাংসাৰি

শালিমাৰ

00804

 

 

দক্ষিণ পূৱ কেন্দ্ৰীয় ৰে’লৱে

 

1

দুৰ্গ

ছাপ্ৰা

00875

ছাপ্ৰা

দুৰ্গ

00876

2

দুৰ্গ

অম্বিকাপুৰ

00873

অম্বিকাপুৰ

দুৰ্গ

00874

3

দুৰ্গ

কোৰ্বা

00871

কোৰ্বা

দুৰ্গ

00872

4

ইটৱাৰি

টাটা

00881

টাটা

ইটৱাৰি

00882

দক্ষিণ পশ্চিম ৰে’লৱে

1

যশৱন্তপুৰ

গোৰখপুৰ

00607

গোৰখপুৰ

যশৱন্তপুৰ

00608

2

যশৱন্তপুৰ

নিজামুদ্দিন

00605

নিজামুদ্দিন

যশৱন্তপুৰ

00606

3

যশৱন্তপুৰ

হাওৰা

00603

হাওৰা

যশৱন্তপুৰ

00604

4

গুৱাহাটী

যশৱন্তপুৰ

00610

 

 

 

 

পশ্চিম ৰে’লৱে

1

বাণ্ড্ৰা টাৰ্মিনাছ

লুধিয়ানা

00901

লুধিয়ানা

বাণ্ড্ৰা টাৰ্মিনাছ

00902

2

মাদ্ৰাজ

কংকাৰিয়া

00908

3

আহমেদাবাদ

গুৱাহাটী

00915

গুৱাহাটী

আহমেদাবাদ

00916

4

চুৰাট

ভগলপুৰ

00917

ভগলপুৰ

চুৰাট

00918

5

মুম্বাই চেণ্ট্ৰেল

ফিৰোজপুৰ

00911

ফিৰোজপুৰ

মুম্বাই চেণ্ট্ৰেল

00912

6

পোৰবন্দৰ

শালিমাৰ

00913

শালিমাৰ

পোৰবন্দৰ

00914

7

লিঞ্চ

চলছাপ্ৰা

00909

চলছাপ্ৰা

লিঞ্চ

00910

8

ভূজ

দাদৰ

00924

দাদৰ

ভূজ

00925

9

বাণ্ড্ৰা টাৰ্মিনাছ

অ’খা

00921

অ’খা

বাণ্ড্ৰা টাৰ্মিনাছ

00920

 

 

 

 

পশ্চিম কেন্দ্ৰীয় ৰে’লৱে

1

ভূপাল

গোৱালিয়ৰ

 

গোৱালিয়ৰ

ভূপাল

 

2

ইটাৰ্ষি

বীণা

 

বীণা

ইটাৰ্ষি

 

3

ভূপাল

খাণ্ডৱা

 

খাণ্ডৱা

ভূপাল

 

4

ৰেৱা

অনুপুৰ

 

অনুপুৰ

ৰেৱা

 

5

ৰেৱা

শিংগ্ৰাউলি

 

শিংগ্ৰাউলি

ৰেৱা

 

 

 

 

 

মুঠ পথ: 58

 

 

 

 

 

 

 

 

এই পৰ্যন্ত, প্ৰায় ৩২ টা যোৰাৰ বিশেষ মালবাহী ইণ্টাৰ ৰে’লৱে (দীৰ্ঘ দূৰত্বৰ) হিচাপে চিহ্নিত কৰা হৈছে, ইফালে বাকী থকা খিনিক ইণ্ট্ৰা-ৰে’লৱে (কম দূৰত্বৰ) বিশেষ মালবাহী হিচাপে চিহ্নিত কৰা হৈছে।

এই বিশেষ মালবাহীৰ বাবে দীৰ্ঘ দূৰত্বৰ পথসমূহ এনেধৰণৰ:

1) কল্যাণ - চণ্ট্ৰাগাচি

2) কল্যাণ - চাংসাৰি

3) নতুন দিল্লী - চেন্নাই

4) চালেম - ভাটিণ্ডা

5) চালেম - হিশাৰ

6) যশৱন্তপুৰ হজৰত নিজামুদ্দিন

7) যশৱন্তপুৰ - হাওৰা

8) যশৱন্তপুৰ - গোৰখপুৰ

9) যশৱন্তপুৰ - গুৱাহাটী

10) আহমেদাবাদ - গুৱাহাটী

11) কৰমবেলি - চাংসাৰি

12) কংকাৰিয়া চংক্ৰাইল

এইসমূহ ৰে’লেৰে মালবাহী পৰিবহন কৰা সুবিধা যিকোনো ব্যক্তি বা প্ৰতিষ্ঠানেই গ্ৰহণ কৰিব পাৰে। সাম্প্ৰতিক পৰিস্থিতি সাপেক্ষে নিম্নোক্ত সামগ্ৰীবোৰ দেশৰ বিভিন্ন প্ৰান্তলৈ ৰে’লযোগে পৰিবহন কৰি থকা হৈছে -

i. সোনকালে ক্ষয় হোৱা খাদ্য সামগ্ৰী (কণী, ফল-মূল, শাক-পাচলি, মাছ ইত্যাদি)

ii. ঔষধ, চিকিৎসাৰ সা-সঁজুলি, মাস্ক

iii. গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী

iv. বীজ (কৃষিকাৰ্যৰ বাবে)

v. অন্যান্য সাধাৰণ পণ্য সামগ্ৰী যেনে ই-কমাৰ্চ কনছাইনমেণ্ট, পেকেটত থকা খাদ্য সামগ্ৰী, কিতাপ, ষ্টেশ্যনাৰী, পেকেটত থকা অন্যান্য সামগ্ৰী ইত্যাদি।

সংশ্লিষ্ট ৰে’লসমূহৰ যাত্ৰাপথত আটাইবোৰ সাম্ভাৱ্য স্থানতে ষ্টপেজ প্ৰদান কৰা হৈছে, যাতে সৰ্বাধিক পৰিমাণৰ মালবাহী ক্লীয়েৰেন্স সম্ভৱ হয়। ইতিমধ্যেই মাণ্ডলিক ৰে’লৱেসমূহে এই ৰে’লবোৰৰ সময়সূচী আগশাৰীৰ বাতৰি কাকতত প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও, নিয়মিত গ্ৰাহক আৰু চৰকাৰী এজেন্সিসমূহৰ সৈতেও যোগাযোগ কৰা হৈছে।

***

SG/MKV/RD



(Release ID: 1612468) Visitor Counter : 194