ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী কেয়াৰ্ছ সাহায্য পুঁজিলৈ চিএছঅ’আইৰ ২৫ লাখ টকাৰ বৰঙণি

Posted On: 04 APR 2020 6:44PM by PIB Guwahati

সমগ্ৰ ভাৰতে ক’ভিড-১৯ মহামাৰীৰ প্ৰকোপৰ পৰা উদ্ধাৰ পাবলৈ প্ৰণয়ন কৰা বিভিন্ন পদক্ষেপৰ অধীনত পিএম-কেয়াৰ্ছ পুঁজিলৈ কেবিনেট সচিব, চিএছঅ’আইৰ অধ্যক্ষৰ শ্ৰী ৰাজীৱ গৌবাৰ অধীনত চিভিল ছাৰ্ভিচেছ অফিচাৰ্ছ ইন্সটিটিউটে (চিএছঅ’আই) আজি ২৫ লাখ টকা বৰঙণি হিচাপে আগবঢ়ায়৷

******

VG/SNC/MANN



(Release ID: 1611198) Visitor Counter : 106