গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো চৰকাৰী পদত জম্মু আৰু কাশ্মীৰৰ বাসিন্দাই আবেদন কৰিব পৰাকৈ নিৰ্দেশ জাৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ

प्रविष्टि तिथि: 04 APR 2020 9:17AM by PIB Guwahati

নৱগঠিত জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত কেন্দ্ৰীয় আইন ৰূপায়ণ কৰাত সুবিধা হোৱাকৈ পূৰ্বৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ বিশেষ ৰাজ্যিক আইনৰ অনুকূলন আৰু সংশোধনৰ বাবে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৩১.০৩.২০২০ত এক নিৰ্দেশ জাৰি কৰে৷

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো চৰকাৰী পদত জম্মু আৰু কাশ্মীৰৰ বাসিন্দাই আবেদন কৰিব পৰাকৈ এক পৃথক নিৰ্দেশো জাৰি কৰিছো৷

৩১.০৩.২০২০ৰ ৰাজপত্ৰিত অধিসূচনা (হিন্দী/ইংৰাজী) চাবলৈ এই লিংকত ক্লিক কৰকClick here to see the 31.03.2020 Gazette Notification (Hindi/English)

০৩..০৪.২০২০ৰ ৰাজপত্ৰিত অধিসূচনা (হিন্দী/ইংৰাজী) চাবলৈ এই লিংকত ক্লিক কৰকClick here to see the 03.04.2020 Gazette Notification (Hindi/English)

*****

VG/SNC/BM/DB


(रिलीज़ आईडी: 1611043) आगंतुक पटल : 148
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam