গৃহ মন্ত্ৰালয়

গৃহ মন্ত্ৰালয়ে লকডাউন নিষেধাজ্ঞাৰ পৰা কৃষি যন্ত্ৰপাতি, স্পেয়াৰ পাৰ্টছ আৰু মেৰামতিৰ দোকান; ট্ৰাকৰ মেৰামতি দোকান আৰু চাহ উদ্যোগক ৰেহাই দিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে

Posted On: 03 APR 2020 10:15PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ দেশত চলি থকা লকডাউন সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো মন্ত্ৰালয়, বিভাগলৈ এক সংযোজিত নিৰ্দেশনা জাৰি কৰিছে৷ (https://pib.gov.in/PressReleseDetail.aspx?PRID=1607997)

সংযোজিত নিৰ্দেশনা অনুসৰি, লকডাউন নিষেধাজ্ঞাৰ পৰা কৃষি যন্ত্ৰপাতি, ইয়াৰ স্পেয়াৰ পাৰ্টছ আৰু মেৰামতিৰ দোকান; ঘাইপথত থকা ট্ৰাকৰ মেৰামতি দোকান(বিশেষকৈ ইন্ধন পাম্পত থকা) আৰু সৰ্বাধিক ৫০%কৰ্মীৰ সৈতে বাগানকে ধৰি চাহ উদ্যোগক ৰেহাই দিবলৈ কোৱা হৈছে৷

Addendum Document

 

*****

VG/SNC/VM/MS



(Release ID: 1610901) Visitor Counter : 207