গৃহ মন্ত্ৰালয়
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ দেশজুৰি ঘোষণা কৰা লকডাউনৰ সন্দৰ্ভত এক পৰিশিষ্ট জাৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ
ৰেহাইৰ তালিকাত অন্তৰ্ভূক্ত অতিৰিক্ত অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱা
Posted On:
29 MAR 2020 7:28PM by PIB Guwahati
ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে দেশজোৰা লকডাউনৰ লগত সংগতি ৰাখি গৃহ মন্ত্ৰালয়ে সকলো মন্ত্ৰালয়/বিভাগক উদ্দেশ্যি এক পৰিশিষ্ট আৰু অনুৱৰ্তী পৰিশিষ্ট(https://pib.gov.in/PressReleseDetail.aspx?PRID=1608644) জাৰি কৰিছে৷
দ্বিতীয় পৰিশিষ্টত ২১ দিনীয়া লকডাউনৰ সন্দৰ্ভত দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত ৰেহাইৰ তালিকাত অতিৰিক্ত অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাকো অন্তৰ্ভূক্ত কৰা হৈছে৷
পৰিশিষ্ট তথ্য
*****
VG/SNC/VM/DB
(Release ID: 1609182)
Visitor Counter : 90