পোষ্ট কৰা হৈছে:
25 MAR 2020 5:14PM by PIB Guwahati
ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰে’লৱে মন্ত্ৰালয়ে সকলো মেইল/এক্সপ্ৰেছ ৰে’ল (প্ৰিমিয়াম ৰে’লকে ধৰি), যাত্ৰীবাহী ৰে’ল, ছাব আৰবাৰ ৰে’ল আৰু কলকাতাৰ মেট্ৰ’ ৰে’লৰ যাত্ৰা ১৪ এপ্ৰিল ২০২০ তাৰিখৰ নিশা ১২ বজালৈ বাতিল কৰিছে৷
কিন্তু, অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিশ্চিতি বাবে মালবাহী ৰে’লসমূহৰ যাত্ৰা অব্যাহত থাকিব৷
***
SG/MKV/MANN