প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন

Posted On: 23 MAR 2020 3:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি শ্ৰী গোটাবায়া ৰাজাপাকছাক ধন্যবাদ জ্ঞাপন কৰিছে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়, ‘‘ছাৰ্ক ক’ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ ৫ মিলিয়ন ডলাৰৰ অৰ্থনৈতিক সাহায্য আগবঢ়োৱা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি শ্ৰী গোটাবায়া ৰাজাপাকছাক ধন্যবাদ জ্ঞাপন কৰিছো৷ আমাৰ ঐক্যৱদ্ধ সহযোগিতাই এই ৰোগক কাৰ্যকৰীভাৱে প্ৰতিৰোধ কৰাৰ বাবে দীৰ্ঘসময়লৈ ধাৱমান হ’ব৷’’

*****

VRRK/ VJ/MANN



(Release ID: 1607849) Visitor Counter : 74