প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আফগানিস্তানৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 23 MAR 2020 3:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আফগানিস্তানৰ ৰাষ্ট্ৰপতি শ্ৰী আশ্ৰফ ঘানীক ক’ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়, ‘‘আমাৰ দক্ষিণ এছিয়াৰ পৰিয়ালৰ সৈতে ক’ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ ১ মিলিয়ন আমেৰিকান ডলাৰৰ অৱদান আগবঢ়োৱা বাবে আফগানিস্তানক ধন্যবাদ প্ৰদান কৰিছো৷ টাচ্ছাকুৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানী৷’’

*****

VRRK/ VJ/MANN



(Release ID: 1607843) Visitor Counter : 56