প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাংলাদেশৰ প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 23 MAR 2020 3:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ৰ জৰুৰীকালীন পুঁজিলৈ আগবঢ়োৱা অৰিহণাৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাক ধন্যবাদ জ্ঞাপন কৰে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়, ‘‘ক’ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ ১.৫ মিলিয়ন আমেৰিকান ডলাৰৰ অৱদান আগবঢ়োৱা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক কৃতজ্ঞতা জনাইছো৷ আমি সকলোৱে ঐক্যবদ্ধভাৱে ক’ভিড-১৯ৰ প্ৰত্যাহ্বান প্ৰতিৰোধ কৰিবলৈ সমৰ্থ হ’ম৷’’

*****

VRRK/ VJ/MANN



(Release ID: 1607842) Visitor Counter : 71