প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইক’ন’মিক টাইমছ গ্ল’বেল বিজনেছ সন্মিলনত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 05 MAR 2020 5:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ মাৰ্চ ২০২০ তাৰিখে ইক’ন’মিকছ টাইমছ গ্ল’বেল বিজনেছ সন্মিলনৰ মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰিব৷ সন্মিলনখনত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ প্ৰতিনিধিসকলক সম্বোধি ভাষণ প্ৰদান কৰিব৷ উল্লেখ্য, এইবাৰৰ গ্ল’বেল বিজনেছ সন্মিলন ২০২০ৰ বিষয়বস্তু হ’ল- ‘‘সৃষ্টিৰ বাবে একত্ৰীকৰণঃ ভংগুৰ বিশ্বত বহনক্ষম বিকাশ’’৷

 

************

VRRK/ VJ/MANN



(Release ID: 1605911) Visitor Counter : 77