পোষ্ট কৰা হৈছে:
08 MAR 2020 2:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে একাংশ কীৰ্তিমান মহিলাই তেওঁলোকৰ জীৱন যাত্ৰাৰ কাহিনী তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টযোগে শ্বেয়াৰ কৰিব৷ সমগ্ৰ ভাৰতৰ একাংশ মহিলাই তেওঁলোকৰ জীৱন কাহিনী প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউণ্টযোগে শ্বেয়াৰ কৰে৷ বিভিন্ন ক্ষেত্ৰত জড়িত মহিলাসকলে শ্বেয়াৰ কৰা তেওঁলোকৰ জীৱন কাহিনী উল্লেখযোগ্য আৰু প্ৰেৰণাদায়ক৷
****
VRRK/ VJ/DB