কেবিনেট
পেছাগত ৰোগ, পুনৰ্বাসন আৰু কাৰিকৰী প্ৰশিক্ষণৰ ক্ষেত্ৰত ভাৰত আৰু জাৰ্মান এজেন্সীৰ সৈতে হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন প্ৰদান
পোষ্ট কৰা হৈছে:
06 NOV 2019 8:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে পেছাগত ৰোগ, পুনৰ্বাসন আৰু অক্ষম বীমাকৃত
ব্যক্তিৰ কাৰিকৰী প্ৰশিক্ষণ আদিৰ বাবে ভাৰত আৰু জাৰ্মানীৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত
প্ৰাক্-প্ৰস্তাৱিত অনুমোদন প্ৰদান কৰে৷
লাভসমূহঃ
১. চিকিৎসা, পেছাগত তথা অক্ষম বীমাকৃত ব্যক্তিৰ সামাজিক পুনৰ্বাসনৰ ক্ষেত্ৰত তথ্য বিনিময় আৰু কাৰ্যসূচীৰ উত্তৰণ
২. পেছাগত ৰোগৰ প্ৰতিৰোধ, চিনাক্তকৰণ তথা চিকিৎসা
প্ৰধান প্ৰভাৱসমূহঃ
তথ্য বিনিময় আৰু সহযোগিতাৰ জৰিয়তে উপৰোক্ত ক্ষেত্ৰসমূহত সামৰ্থ বৃদ্ধি হ’ব৷
***
VRRK/SC/SH/MANN
(ৰিলিজ আই ডি : 1590745)
অতিথি কক্ষ : 96
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam