কেবিনেট

ভাৰত আৰু কুৱেইটৰ মাজত একাউন্টিং, বিত্ত আৰু হিচাপ ৰক্ষণ ক্ষেত্রত স্বাক্ষৰিত বুজাবুজি চুক্তিলৈ কেবিনেটৰ অনুমোদন

Posted On: 23 OCT 2019 5:06PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী পৌহিত্য কেন্দ্রীয় মন্ত্ৰীসভাৰ এক গুৰুত্বপূৰ্ণ বৈঠকভা আৰু কুৱেইটৰ মাজত একাউন্টিং, বিত্ত আৰু হিচাপ ৰক্ষণ ক্ষেত্রত স্বাক্ষৰিত বুজাবুজি চুক্তিলৈ যাৱতীয় অনুমোদন জনোৱা হৈছে। ন্ত্ৰীসভা এই সিদ্ধান্তৰ ফলত দুয়োখন দেশৰ মাজত সংশ্লিষ্ট ক্ষেত্ৰবোৰত দক্ষতা আৰু অধিক বৃদ্ধি পাব।

ভা ইনষ্টিটিউট অ চাটার্ড কাউন্টেন্স আৰু কুৱেইট একাউণ্টেন্স এণ্ড অডিটৰ্ছ এছোচিয়েশ্যনে নিজ নিজ দেশত কাৰিকৰীন্মিলন, আলোচনা চক্ৰ তথা কৰ্মশালা আদিৰ আয়োজনৰ মাধ্যমেৰে একত্ৰিতভাৱে কাম কৰি যাব। ইয়াৰ ফলত দুয়োখন প্ৰতিষ্ঠানৰ মাজত পেছাদাৰী কাম-কাজৰ মানদণ্ড উন্নীত হ’ব। কাৰ্যসূচীৰ আয়োজনেৰেচ উভয় পক্ষই বহন কৰিব।

কর্প’ৰেট প্রশাসন, প্রযুক্তিগত গৱেষণা আৰুৰামর্শ, মানদণ্ড নিশ্চিতক, ৰেনছিক একাউন্টিং, লামিক ফাইনান্স, পেছাদাৰী দক্ষতা প্রশিক্ষণ অব্যাহত খাৰ লগতে পাস্পৰিক স্বার্থ সংশ্লিষ্ট ক্ষেত্র ভাআৰু কুৱেইটৰ এই প্রতিষ্ঠা দুটাই একেলগে কাম কৰিব বুলি স্থিৰ কৰিছে। বুজাবুজি চুক্তি অনুযায়ী দুয়োখন দেশৰ এই প্রতিষ্ঠান দুটাই পাস্পৰিক সহযোগিতা ক্ষেত্রৱিষ্যৎ উন্নয়নন্থা-পদ্ধতিক লৈ আলাপ-আলোচনা কৰিব। ইয়াৰ উপৰিও প্রতিষ্ঠান নিজস্ব কাম-কাজৰ মানন্নয়নৰ ক্ষেত্ৰতো এই বুজাবুজি চুক্তিয়ে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব।

দুয়োটা প্রতিষ্ঠানেকাউন্টিং, ফাইনান্স আৰু হিচা ৰক্ষণ ক্ষেত্র কুৱেইটক স্বল্পম্যাদী পেছাদাৰী পাঠ্যক্রমৰো আয়োজন কৰিবভাতীয় প্রতিষ্ঠানটোৰ পক্ষৰ পৰা কুৱেইট চৰকাৰৰ কৰ্মচাৰী আৰু সেই দেশৰ নাগৰিসকলক কাৰিকৰী ক্ষেত্র প্রশিক্ষণৰ সুবিধা প্রদান কৰা হ’বকুৱেইটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত নিয়োজিত হৈ থকা ভাৰতীয় চাটার্ড কাউণ্টেণ্টসকলে স্থানীয় ব্যসায়িক সমুদায়ক বিত্তীয় প্ৰতিবেদন সংক্ৰান্তীয় বিষয়বোৰত সহায় কৰিব। প্ৰস্তাৱিত এই বুজাবুজি চুক্তিখনে কুৱেইটত থকা ভাতীয় চাটার্ড কাউণ্টেণ্টসকলে সম্পর্কে এক ইতিবাচক ভামূর্তি গঢ়ি তোলাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব।

*****

VRRK/SC/SH/RD



(Release ID: 1589216) Visitor Counter : 114