কেবিনেট

ই-চিগাৰেট নিষিদ্ধ ঘোষণাৰ অধ্যাদেশত কেবিনেটৰ অনুমোদন

Posted On: 18 SEP 2019 4:21PM by PIB Guwahati

দেশত এক বৃহৎ বৃহৎ স্বাস্থ্য আৰু আৰোগ্য প্ৰচেষ্টা হাতত লৈ প্ৰধানমন্ত্রী শ্রী ৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠি কেন্দ্রীয় কেবিনেট বৈঠকত -চিগাৰেট (উৎপাদন, আমদানি, ৰপ্তানি, বিক্রী, বিতৰণ, মজুতকৰণ তথা বিজ্ঞাপন প্ৰকাশ) নিষিদ্ধ অধ্যাদেশ,২০১৯ অনুমোদন জনোৱা হৈছে৷

ই-চিগাৰেট বেটাৰীচালিত এটি সঁজুলি চিগাৰেটৰ নিছাজাতীয় নিকটিনৰ এক মিশ্ৰণ থাকে আৰু সেই মিশ্ৰণ উত্তপ্ত হৈ এৰোছল উৎপন্ন হয়। -চিগাৰেটৰ আওতাত নিকটিন জাতীয় সকলো সামগ্ৰী, গৰম কৰা নোপোৰা নিছাজাতীয় পদাৰ্থ, -হোকাকে ধৰি বিভিন্ন নিচাজাতীয় দ্ৰব্য অন্তর্ভুক্ত। এই সামগ্ৰীবোৰ দেখাত অতি আকর্ষণীয় আৰু বিভিন্ন গন্ধযুক্ত। উন্নয়নশীল দেশসমূহৰ যুৱপ্ৰজন্ম তথা ৰা-ছোৱালীৰ মাজত ইয়াৰ চাহিদা ক্ৰমে বৃদ্ধি পাইছে৷

ৰূপায়ণঃ

এই অধ্যাদেশত অনুমোদন জনোৱাৰ ফলত -ছিগাৰেটৰ উৎপাদন, আমদানি, ৰপ্তানি, সৰবৰাহ তথা অনলাইন আৰু অফলাইনত বিজ্ঞাপনৰ কামত কোনো জড়িত থাকিলে তেওঁৰ সর্বোচ্চ বছৰ কাৰাবাস অথবা লাখ টকা পর্যন্ত জৰিমনা অথবা দুয়োটা একেলগে কার্যকৰী কৰা হব৷ কোনোৱে যদি এই অপৰাধ পুনৰ কৰে, সেই ক্ষেত্রত তেওঁৰ সর্বোচ্চ তিনি বছৰৰ কাৰাবাস আৰু লাখ টকা জৰিমনা কোনো লোকে যদি -চিগাৰেট মজুত কৰি ৰাখে., তেতিয়াহলে তেওঁৰ মাহৰ কাৰাবাস অথবা ৫০ হাজাৰ টকা জৰিমনা অথবা দুয়োটা একেলগে কার্যকৰী ব।

কেবিনেটৰ এই অনুমোদনৰ ফলত যিসকলৰ ওচৰত -চিগাৰেট মজুত আছে, তেওঁলোকৰ কিমান পৰিমাণৰ চিগাৰেট মজুত আছে সেয়া ঘোষণা কৰি সমীপৱৰ্তী থানাত জমা দিব লাগিব এই অনুমোদনৰ ফলত থানাৰ উপ-পৰিদৰ্শনকে -চিগাৰেট ব্যৱহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব৷ কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰসমূহে এই অধ্যাদেশ কার্যকৰী কৰাৰ বাবে সমমর্যাদাৰ অন্য বিষয়াকো এই দায়িত্ব অৰ্পণ কৰিব পাৰে।

মুখ্য প্ৰভাৱঃ

এই সিদ্ধান্তই জনসাধাৰণ, বিশেষকৈ যুৱ প্ৰজন্ম আৰু সৰু ল’ৰা-ছোৱালীক ই-চিগাৰেট সেৱনৰ প্ৰতি বৃদ্ধি পোৱা আসক্তিৰ পৰা ৰক্ষা কৰিব৷ এই অধ্যাদেশ কাৰ্যকৰী কৰাৰ জৰিয়তে চৰকাৰে মাদক দ্ৰব্য নিয়ন্ত্ৰণৰ লগতে ইয়াৰ পৰা হোৱা ৰোগৰ সমস্যাৰো উপশম ঘটোৱাত সহায় কৰিব৷

*******

VRRK/PK/SH/DB



(Release ID: 1585818) Visitor Counter : 178