কেবিনেট

ষষ্ঠদশ লোকসভা ভঙ্গৰ সিদ্ধান্তলৈ কেবিনেটৰ অনুমোদন

Posted On: 24 MAY 2019 7:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত আজি অনুষ্ঠিত কেবিনেট বৈঠকত বিগত ১৮/০৫/২০১৪ তাৰিখে গঠন হোৱা ষষ্ঠদশ লোকসভাখন ভঙ্গ কৰাৰ বাবে ৰাষ্ট্ৰপতিক আহ্বান জনোৱাৰ সিদ্ধান্তলৈ অনুমোদন প্ৰদান কৰে।

পটভুমি -

সংবিধানৰ দফা ৮৩() অনুসৰি সাংসদসকলৰ কেবিনেটে আয়োজন কৰা প্ৰথমখন বৈঠকৰ তাৰিখৰ পৰা পাচবছৰলৈ সভাৰ ম্যাদ থাকে আৰু সেই অনুসৰিয়েই পাচবছৰ সম্পূৰ্ণ হোৱাৰ লগে লগেই এই সভাৰ ম্যাদ উকলি যায় আৰু অৱধাৰিতভাৱেই সভাখন ভঙ্গ হয়, অৱশ্যে ৰাষ্ট্ৰপতিৰ নিৰ্দেশ বা ঘোষণাক্ৰমেও নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে সভা ভঙ্গ হ’ব পাৰে। উল্লেখ্য যে ষষ্ঠদশ লোকসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল ২০১৪ চনৰ ৪ জুন তাৰিখে, উক্ত তাৰিখতেই সাংসদসকলে শপত গ্ৰহণো কৰিছিল আৰু দায়িত্বভাৰ গ্ৰহণো কৰিছিল। সেয়ে যদিহে ৰাষ্ট্ৰপতিয়ে পাচ বছৰ উকলি যোৱাৰ পূৰ্বে সভাখন ভঙ্গ নকৰে তেন্তে এই সভাৰ ম্যাদ অহা ৩ জুন, ২০১৯ তাৰিখে উকলি যাব।

প্ৰথমৰ পৰা পঞ্চদশ লোকসভালৈ লোকসভাৰ নিৰ্বাচন, সংবিধান, প্ৰথম বৈঠক, কাৰ্যকালৰ ম্যাদ আৰু ম্যাদ অন্ত পৰাৰ তাৰিখৰ এক তালিকা গাঁথি দিয়া হৈছে।

লোকসভাৰ নিৰ্বাচন, সংবিধান, প্ৰথম বৈঠক, কাৰ্যকালৰ ম্যাদ আৰু ম্যাদ অন্তৰ তাৰিখ

 

প্ৰথমৰ পৰা পঞ্চদশ লোকসভা (লোকসভা)

নিৰ্বাচনৰ অন্তিম তাৰিখ

সংবিধানৰ তাৰিখ

প্ৰথম বৈঠকৰ তাৰিখ

কাৰ্যকালৰ অন্তিম তাৰিখ (সংবিধানৰ দফা ৮৩()

লোকসভা ভঙ্গৰ তাৰিখ

 

 

 

 

 

 

প্ৰথম

২১.০২.১৯৫২

০২.০৪.১৯৫২

১৩.০৫.১৯৫২

১২.০৫.১৯৫৭

০৪.০৪.১৯৫৭

দ্বিতীয়

১৫.০৩.১৯৫৭

০৫.০৪.১৯৫৭

১০.০৫.১৯৫৭

০৯.০৫.১৯৬২

৩১.০৩.১৯৬২

তৃতীয়

২৫.০২.১৯৬২

০২.০৪.১৯৬২

১৬.০৪.১৯৬২

১৫.০৪.১৯৬৭

০৩.০৩.১৯৬৭

চতুৰ্থ

২১.০২.১৯৬৭

০৪.০৩.১৯৬৭

১৬.০৩.১৯৬৭

১৫.০৩.১৯৭২

*২৭.১২.১৯৭০

পঞ্চম

১০.০৩.১৯৭১

১৫.০৩.১৯৭১

১৯.০৩.১৯৭১

১৮.০৩.১৯৭৭

*১৮.০১.১৯৭৭

ষষ্ঠ

২০.০৩.১৯৭৭

২৩.০৩.১৯৭৭

২৫.০৩.১৯৭৭

২৪.০৩.১৯৮২

*২২.০৮.১৯৭৯

সপ্তম

০৬.০১.১৯৮০

১০.০১.১৯৮০

২১.০১.১৯৮০

২০.০১.১৯৮৫

৩১.১২.১৯৮৪

অষ্টম

২৮.১২.১৯৮৪

৩১.১২.১৯৮৪

১৫.০১.১৯৮৫

১৪.০১.১৯৯০

২৭.১১.১৯৮৯

নৱম

২৬.১১.১৯৮৯

০২.১২.১৯৮৯

১৮.১২.১৯৮৯

১৭.১২.১৯৯৪

*১৩.০৩.১৯৯১

দশম

১৫.০৬.১৯৯১

২০.০৬.১৯৯১

০৯.০৭.১৯৯১

০৮.০৭.১৯৯৬

১০.০৫.১৯৯৬

একাদশ

০৭.০৫.১৯৯৬

১৫.০৫.১৯৯৬

২২.০৫.১৯৯৬

২১.০৫.২০০১

*০৪.১২.১৯৯৭

দ্বাদশ

০৭.০৩.১৯৯৮

১০.০৩.১৯৯৮

২৩.০৩.১৯৯৮

২২.০৩.২০০৩

*২৬.০৪.১৯৯৯

ত্ৰয়োদশ

০৪.১০.১৯৯৯

১০.১০.১৯৯৯

২০.১০.১৯৯৯

১৯.১০.২০০৪

*০৬.০২.১৯০৪

চতুৰ্দশ

১০.০৫.২০০৪

১৭.০৫.২০০৪

০২.০৬.২০০৪

০১.০৬.২০০৯

১৮.০৫.২০০৯

পঞ্চদশ

১৩.০৫.২০০৯

১৮.০৫.২০০৯

০১.০৬.২০০৯

৩১.০৫.২০১৪

১৮.০৫.২০১৪

ষষ্ঠদশ

১২.০৫.২০১৪

১৮.০৫.২০১৪

০৪.০৬.২০১৪

০৩.০৬.২০১৯

 

সপ্তদশ

১৯.০৫.২০১৯

 

 

 

 

* . মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত হৈছিল, নিৰ্বাচনৰ পূৰ্বেই লোকসভা ভঙ্গ হৈছিল।

. স্তম্ভ () ৰ অন্তিম তাৰিখ নিৰ্বাচন আয়োগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি উল্লেখ কৰা হৈছে।

 

*****

AKT/SH/RD


(Release ID: 1573202) Visitor Counter : 165