ৰাষ্ট্ৰপতি সচিবালয়

প্ৰেছ বিবৃতি

प्रविष्टि तिथि: 30 MAY 2019 9:58PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে শ্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰে৷ ইয়াৰ পিছত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে নিম্নোক্ত সদস্যসকলকক মন্ত্ৰী পৰিষদৰ সদস্য হিচাপে নিযুক্তি দিয়েঃ-

 

কেবিনেট মন্ত্ৰীসকল

. শ্ৰী ৰাজনাথ সিং

. শ্ৰী অমিত শ্বাহ

. শ্ৰী নীতিন জয়ৰাম গাডকাৰী

. শ্ৰী ডি.ভি. সদানন্দ গৌড়া

. শ্ৰীমতী নিৰ্মলা সীতাৰমণ           

. শ্ৰী ৰামবিলাস পাছোৱান

. শ্ৰী নৰেন্দ্ৰ সিং টোমৰ

. শ্ৰী ৰবিশংকৰ প্ৰসাদ

. শ্ৰীমতী হৰসিমৰৎ কৌৰ বাদল

১০. শ্ৰী থাৱৰ চান্দ গেহলট

১১. ডঃ সুব্ৰমণিয়ম জয়শংকৰ

১২. শ্ৰী ৰমেশ পখৰিয়াল নিশাংক

১৩. শ্ৰী অৰ্জুন মুণ্ডা

১৪. শ্ৰীমতী স্মৃতি জুবিন ইৰাণী

১৫. ডঃ হৰ্ষ বৰ্ধন

১৬. শ্ৰী প্ৰকাশ জাভেদকাৰ

১৭. শ্ৰী পীয়ুষ গোৱেল

১৮. শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

১৯. শ্ৰী মুখতাৰ আব্বাছ নাকভি

২০. শ্ৰী প্ৰহ্লাদ যোশী

২১. ডঃ মহেন্দ্ৰ নাথ পাণ্ডে

২২. শ্ৰী অৰবিন্দ গণপত সাৱন্ত

২৩. শ্ৰী গিৰিৰাজ সিং

২৪. শ্ৰী গজেন্দ্ৰ সিং শেখাৱট

 

ৰাজ্যিক মন্ত্ৰীসকল (স্বতন্ত্ৰ)

. শ্ৰী সন্তোষ কুমাৰ গংৱাৰ

. ৰাও ইন্দ্ৰজিৎ সিং

. শ্ৰী শ্ৰীপদ য়েছনায়ক

. ডঃ জিতেন্দ্ৰ সিং

. শ্ৰী কিৰেন ৰিজিজু

. শ্ৰী প্ৰহ্লাদ সিং পেটেল

. শ্ৰী ৰাজ কুমাৰ সিং

. শ্ৰী হৰদ্বীপ সিং পুৰী

. শ্ৰী মনসুখ এল. মাণ্ডব্য

 

 

ৰাজ্যিক মন্ত্ৰীসকল

. শ্ৰী ফগনসিং কুলাস্তে

. শ্ৰী অশ্বিনী কুমাৰ চৌবে

. শ্ৰী অৰ্জুন ৰাম মেঘৱাল

. জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি. কে. সিং

. শ্ৰী কৃষাণ পাল

. শ্ৰী দানৱে ৰাওচাহাব দাদাৰাও

. শ্ৰী জি. কিষাণ ৰেড্ডি

. শ্ৰী পৰষোত্তম ৰুপালা

. শ্ৰী ৰামদাস আথৱালে

১০. সাধ্বী নিৰঞ্জন জ্যোতি

১১. শ্ৰী বাবুল সুপ্ৰিয়

১২. শ্ৰী সঞ্জীৱ কুমাৰ বালয়ান

১৩. শ্ৰী ধত্ৰে সঞ্জয় ছামৰাও

১৪. শ্ৰী অনুৰাগ সিং ঠাকুৰ

১৫. শ্ৰী অংগাড়ি সুৰেশ চান্নাবাছাপ্পা

১৬. শ্ৰী নিত্যানন্দ ৰায়

১৭. শ্ৰী ৰতন লাল কাটাৰিয়া

১৮. শ্ৰী ভি. মুৰালীধৰণ

১৯. শ্ৰীমতী ৰেণুকা সিং ছৰুতা

২০. শ্ৰী সোম প্ৰকাশ

২১. শ্ৰী ৰামেশ্বৰ তেলী

২২. শ্ৰী প্ৰতাপ চন্দ্ৰ সাৰংগী

২৩. শ্ৰী কৈলাশ চৌধুৰী

২৪. শ্ৰী দেৱৰ্ষি চৌধুৰী

 

ৰাষ্ট্ৰপতিয়ে আজি (৩০.০৫.২০১৯) ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত উপৰোক্ত মন্ত্ৰী পৰিষদৰ সদস্যসকলক কাৰ্যালয় তথা গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়৷

 

 

*******

AKT/KP/SH/MANN


(रिलीज़ आईडी: 1572870) आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , हिन्दी , Marathi , Gujarati , Tamil , Kannada , Malayalam