কেবিনেট

জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আৰু ব্ৰাজিলৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন

Posted On: 15 APR 2019 12:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটক ২০১৮ চনৰ মেমাহত ভাৰত আৰু ব্ৰাজিলৰ মাজত হোৱা এক চুক্তিপত্ৰৰ বিষয়ে অৱগত কৰোৱা হয়৷

এই স্বাক্ষৰিত চুক্তিপত্ৰখনত জৈৱ প্ৰযুক্তিৰ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰখনত বিজ্ঞান আৰু প্ৰযুক্তিৰ কৌশলগত কংক্ৰিট পৰিকল্পনা প্ৰস্তুতি উদ্ভাৱনৰ বাবে ভাৰত আৰু ব্ৰাজিলৰ মাজত সহযোগিতা সৱলীকৰণ কৰা সম্পৰ্কে উল্লেখ আছে৷

সহযোগিতাৰ বিস্তৃত ক্ষেত্ৰসমূহ হলঃ

বায়মেডিচিন আৰু স্বাস্থ্য, বিশেষকৈ জৈৱ প্ৰযুক্তিভিত্তিক সামগ্ৰী

জৈৱিক প্ৰজনন অভ্যাস

জৈৱিক ইন্ধন আৰু জৈৱ-শক্তি

নেনপ্ৰযুক্তি আৰু বায়ইন্সট্ৰুমেণ্টেচন

জৈৱ বৈচিত্ৰতা আৰু টেক্সমী

 

****

AKT/SH/MANN



(Release ID: 1571076) Visitor Counter : 72