কেবিনেট

ভাৰত-নৰৱে’ মহাসাগৰ আলোচনা সন্দৰ্ভত ভাৰত আৰু নৰৱে’ৰ মাজত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 06 FEB 2019 9:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত-নৰৱে’ মহাসাগৰ আলোচনা সন্দৰ্ভত ভাৰত আৰু নৰৱে’ৰ মাজত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷

লাভালাভঃ

বুজাবুজিৰ চুক্তিখনে সামুদ্ৰিক অৰ্থনীতিৰ উন্নয়নৰ সৈতে জড়িত পাৰস্পৰিক লাভালাভৰ বিষয়ত সহযোগিতাক উৎসাহিত কৰিব৷ সামুদ্ৰিক অৰ্থনীতিৰ ক্ষেত্ৰত নৰৱে’ হ’ল বিশ্বৰ আগশাৰীৰ দেশ আৰু মীন পালন, হাইড্ৰ’কাৰ্বন, নৱীকৰণযোগ্য শক্তি, সাগৰীয় সম্পদ আৰু সামুদ্ৰিক পৰিবহণ আদি ক্ষেত্ৰত কাৰিকৰীভাৱে দেশখন অতি উন্নত৷ এইধৰণৰ দিশত ভাৰতৰে সহযোগিতা ৰক্ষা কৰাত প্ৰস্তাৱিত চুক্তিখন সহায়ক চিহ্নিত হ’ব৷

AKT/SNC/SH/MS



(Release ID: 1563192) Visitor Counter : 80