কেবিনেট
ভাৰত আৰু ছিংগাপুৰৰ মাজত ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তি(চিইচিএ)ৰ দ্বিতীয় প্ৰ’ট’কল সংশোধনীত কেবিনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
03 OCT 2018 6:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু ছিংগাপুৰৰ মাজত ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তি(চিইচিএ)ৰ দ্বিতীয় প্ৰ’ট’কল সংশোধনীৰ পূৰ্বপ্ৰস্তাৱিত সিদ্ধান্তত অনুমোদন জনাইছে। ২০১৮ৰ ২৪ আগষ্টত এই চিইচিএ স্বাক্ষৰ কৰা হৈছিল।
দ্বিতীয় প্ৰ’ট’কল স্বাক্ষৰিত কৰাৰ ফলত দ্বিপাক্ষিক ব্যৱসায় বৃদ্ধি পোৱাৰ লগতে ভাৰত আৰু ছিংগাপুৰৰ অৰ্থনৈতিক সহযোগিতা সুদৃঢ় হ’ব। ইয়াৰ জৰিয়তে চিইচিএৰ সঠিক ব্যৱহাৰ হ’ব।
******
NW/AKT/SH/DB
(ৰিলিজ আই ডি : 1548675)
অতিথি কক্ষ : 117