পোষ্ট কৰা হৈছে:
25 NOV 2026 9:08AM by PIB Guwahati
সৰ্বোচ্চ আধ্যাত্মিক কল্যাণৰ দিশে লৈ যোৱা অধ্যয়ন, তপস্যা, প্রজ্ঞা, আত্মসংযম, অহিংসা আৰু গুৰুৰ প্ৰতি সেৱা এই মূল গুণসমূহৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
"विद्याभ्यासस्तपो ज्ञानमिन्द्रियाणां च संयमः।
अहिंसा गुरुसेवा च निःश्रेयसकरं परम्॥"
****
MJPS/SS/VJ/SS/HS