ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত প্ৰমাণপত্ৰ দাখিল তিনি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ

পোষ্ট কৰা হৈছে: 19 NOV 2026 1:50PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (১৯ নৱেম্বৰ, ২০২৬) ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত গ্ৰীচ, স্পেইন আৰু নেপালৰ ৰাষ্ট্ৰদূতসকলৰ পৰা প্ৰমাণপত্ৰ গ্ৰহণ কৰে।

প্ৰমাণপত্ৰ দাখিল কৰাসকলৰ ভিতৰত আছিলঃ

১. মহামান্য জৰ্জিঅছ পেটমেজাকিছ, গ্ৰীচৰ ৰাষ্ট্ৰদূত

২. মহামান্য আলফ্ৰেডো মাৰ্টিনেজ ছেৰানো, স্পেইনৰ ৰাষ্ট্ৰদূত

৩. মহামান্য ড০ নিশ্চল নাথ পাণ্ডে, নেপালৰ ৰাষ্ট্ৰদূত

*****

MJPS/SS/PRK/NB


(ৰিলিজ আই ডি : 2338489) অতিথি কক্ষ : 11