প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সদায় সৎ আৰু ইতিবাচক কাম কৰাত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 16 NOV 2026 8:53AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি কয় যে কোনো মানুহে এক মুহূৰ্তৰ বাবেও কাম নকৰাকৈ থাকিব নোৱাৰে আৰু সেয়েহে সদায় জীৱনত মহৎ আৰু ইতিবাচক কামত জড়িত হৈ থাকিব লাগে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

 

"न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।

कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥"

 

এই জগতত কোনো মানুহে কেতিয়াও কাম নকৰাকৈ থাকিব নোৱাৰে, আনকি এক মুহূৰ্তৰ বাবেও। প্ৰকৃতিৰ অন্তৰ্নিহিত গুণ আৰু নিজৰ স্বভাৱৰ দ্বাৰা প্ৰত্যেকেই নিৰন্তৰভাৱে কাম কৰিবলৈ অনুপ্ৰাণিত হয়; সেয়েহে, আমি সদায় আমাৰ জীৱনটো মহৎ আৰু ইতিবাচক কাৰ্য্য সম্পাদন কৰি কটাব লাগে।

******

MJPS/SS/PRK/HS


(ৰিলিজ আই ডি : 2336788) অতিথি কক্ষ : 10