পোষ্ট কৰা হৈছে:
12 NOV 2026 2:46PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণন ২০২৬ চনৰ ১৩ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমলৈ যাব।
এই ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে চিআইআই অংশীদাৰিত্ব সন্মিলনৰ ৩১সংখ্যক সংস্কৰণৰ সামৰণী সত্ৰত ভাষণ দিব।
******
PR/ASM/VMJ/BC