প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰি দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 08 NOV 2026 8:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ আৰু তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰি পৱিত্ৰ দীপাৱলী উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ।

‘এক্স’ত প্ৰকাশ কৰা এটা পোষ্টত শ্ৰী মোদীয়ে কয় —

“প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ জী আৰু তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰিলোঁ । পৱিত্ৰ দীপাৱলীৰ শুভক্ষণত তেওঁলোকক আন্তৰিক শুভেচ্ছা জনালোঁ ।”

 

******

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2334258) অতিথি কক্ষ : 19