ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

অহা শনিবাৰৰ পৰা পুৱা ৮-০০ বজাৰ পৰা ৯-০০ বজাৰ ভিতৰত অনুষ্ঠিত হ'ব চেঞ্জ অৱ গাৰ্ড সমাৰোহ

পোষ্ট কৰা হৈছে: 05 NOV 2026 3:45PM by PIB Guwahati

প্ৰতি শনিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ ফ’ৰক’ৰ্টত অনুষ্ঠিত হৈ অহা চেঞ্জ অৱ গাৰ্ড সমাৰোহ এই শনিবাৰৰ পৰা (৭ নৱেম্বৰ, ২০২৬) পুৱা ৮-০০ বজাৰ পৰা পুৱা ৯-০০ বজাৰ ভিতৰত অনুষ্ঠিত হ’ব।

More details at https://visit.rashtrapatibhavan.gov.in/

 

****

MJPS/SS/PRK/HS


(ৰিলিজ আই ডি : 2333139) অতিথি কক্ষ : 16