পোষ্ট কৰা হৈছে:
04 NOV 2026 6:07PM by PIB Guwahati
কেৰালামৰ ৰাজ্যপাল শ্ৰী ওম প্ৰকাশ মাথুৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এইদৰে লিখিছে;
‘কেৰালামৰ ৰাজ্যপাল শ্ৰী @OmMathur_Raj- এ প্ৰধানমন্ত্ৰী @narendramodi –ক সাক্ষাৎ কৰে।’
*******
MJPS/SS/ST/MK