পোষ্ট কৰা হৈছে:
31 OCT 2026 12:01PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (৩১ অক্টোবৰ, ২০২৬) ৰাষ্ট্ৰপতি ভৱনত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১সংখ্যক জন্মজয়ন্তী উপলক্ষে তেওঁৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে।
ইয়াৰ পূৰ্বে তেওঁ নতুন দিল্লীৰ চৰ্দাৰ পেটেল চ’কত উপস্থিত হৈ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।

****
MJPS/SS/PRK/DM