পোষ্ট কৰা হৈছে:
29 OCT 2026 12:18PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে অহা৩০ অক্টোবৰত তামিলনাডু ভ্ৰমণ কৰিব।
তেওঁৰ ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিয়ে পাছুম্পোন মুথুৰামালিংগা থেভাৰ জয়ন্তী উপলক্ষে ৰামনাথপুৰমৰ পাচুম্পোনত শ্ৰদ্ধাঞ্জলি জনাব।
তেওঁ ডিণ্ডিগুলত গান্ধীগ্ৰাম গ্ৰাম্য প্ৰতিষ্ঠান (ডিম্ড ইউনিভাৰ্চিটি)ৰ সোণালী জয়ন্তী উদযাপন আৰু ৩৯সংখ্যক সমাৱৰ্তন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।
***
PR/ASM/VM/US