পোষ্ট কৰা হৈছে:
25 OCT 2026 4:34PM by PIB Guwahati
উপ-ৰাষ্ট্ৰপতিয়ে বিজয়ৱাড়াত ড° এনটিআৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ মাণিক জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে ২০২৬ চনৰ ২৬–২৭ অক্টোবৰত অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰিব।
২৬ অক্টোবৰত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিজয়ৱাড়াত ড° এনটিআৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তি (মাণিক জয়ন্তী) উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
ভ্ৰমণকালত তেওঁ তিৰুপতিৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰ আৰু তিৰুচানুৰৰ শ্ৰী পদ্মাবতী আম্মাভাৰী মন্দিৰত পূজা-অৰ্চনা আগবঢ়াব।
***
PR/ASM/VMJ/MM