পোষ্ট কৰা হৈছে:
23 OCT 2026 5:34PM by PIB Guwahati
সংযুক্ত আৰব আমীৰশ্বাহী(ইউএই)ৰ 'প্ৰেচিডেন্সিয়েল ক’ৰ্ট ফৰ ডেভলপমেণ্ট এণ্ড ফলেন হিৰ’জ এফেয়াৰ্ছ'ৰ উপাধ্যক্ষ মহামহিম শ্বেখ থিয়াব বিন মহমেদ বিন জায়েদ আল নাহিয়ানে কালি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এক্সত কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়ঃ
"ইউএইৰ 'প্ৰেচিডেন্সিয়েল ক’ৰ্ট ফৰ ডেভলপমেণ্ট এণ্ড ফেলেন হিৰ’জ এফেয়াৰ্ছ'ৰ উপাধ্যক্ষ মহামহিম শ্বেখ থিয়াব বিন মহমেদ বিন জায়েদ আল নাহিয়ানে কালি প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"
****
MJPS/SS/PRK/DB