প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা নিত্য শ্ৰে সুমতী শিৱান আৰু কৃষ্ণ নাগৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 22 OCT 2026 6:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছ, ২০২৬ৰ মিক্সড ডাবলছ SH6 পেৰা বেডমিণ্টন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে নিত্য শ্ৰে সুমতী শিৱান আৰু কৃষ্ণ নাগৰক অভিনন্দন জনায়।

শ্ৰীমোদীয়ে উল্লেখ কৰে যে তেওঁলোকৰ নিষ্ঠাই ভাৰতীয় পেৰা বেডমিণ্টনলৈ আন এক গৌৰৱময় মুহূৰ্ত কঢ়িয়াই আনিছে। তেওঁ লগতে আগন্তুক প্ৰতিযোগিতাসমূহতো তেওঁলোকৰ ধাৰাবাহিক সফলতা কামনা কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰেঃ

২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ মিক্সড ডাবলছ SH6 পেৰা বেডমিণ্টন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে নিত্য শ্ৰে সুমতী শিৱান আৰু কৃষ্ণ নাগৰলৈ অভিনন্দন! তেওঁলোকৰ নিষ্ঠাই ভাৰতীয় পেৰা বেডমিণ্টনলৈ আন এক গৌৰৱময় মুহূৰ্ত কঢ়িয়াই আনিলে। আগন্তুক প্ৰতিযোগিতাসমূহৰ বাবে তেওঁলোকৰ ধাৰাবাহিক সফলতা কামনা কৰিলোঁ: প্ৰধানমন্ত্ৰী @narendramodi

 

***

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2327215) অতিথি কক্ষ : 14