প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত চমকপ্ৰদ বিজয়ৰ বাবে সুৱৰ্ণা ৰাজক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 22 OCT 2026 5:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ মহিলাৰ ডিছকাছ থ্ৰ’ F54 প্ৰতিযোগিতাত চমকপ্ৰদ বিজয় সাৱ্যস্ত কৰাৰ বাবে সুৱৰ্ণা ৰাজক অভিনন্দন জনাইছে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ এই সফলতা হৈছে শ্ৰম, একাগ্ৰতা আৰু উৎকৃষ্ট ক্ৰীড়া প্ৰদৰ্শনৰ প্ৰতি থকা অটল সংকল্পৰ ফল। তেওঁ লগতে কয় যে ভাৰতে এই সুন্দৰ জয় উদযাপন কৰাৰ লগতে তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে:

"২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ মহিলাৰ ডিছকাছ থ্ৰ’ F54 প্ৰতিযোগিতাত চমকপ্ৰদ বিজয় অৰ্জন কৰাৰ বাবে সুৱৰ্ণা ৰাজলৈ অভিনন্দন! তেওঁৰ এই সফলতা হৈছে কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু উৎকৃষ্ট ক্ৰীড়া প্ৰদৰ্শনৰ প্ৰতি থকা অটল সংকল্পৰ ফল। ভাৰতে এই সুন্দৰ জয় উদযাপন কৰিছে। তোমাৰ ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালোঁ: প্ৰধানমন্ত্ৰী

***

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2327119) অতিথি কক্ষ : 4