পোষ্ট কৰা হৈছে:
21 OCT 2026 7:20PM by PIB Guwahati
এছিয়ান পেৰা গেমছ ২০২৬-ত পুৰুষৰ শ্বটপুট এফ ৪০ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰা ৰবি ৰঙালীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জনাইছে।
ইয়াক আন এক সুন্দৰ সাফল্য বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ নিৰন্তৰ সফলতাই ক্ৰীড়াৰ প্ৰতি তেওঁৰ উৎসৰ্গা আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
"ৰবি ৰঙালীৰ আন এক সুন্দৰ সাফল্য!
এছিয়ান পেৰা গেমছ ২০২৬-ত পুৰুষৰ শ্বট পুট এফ ৪০ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ নিৰন্তৰ সফলতাই ক্ৰীড়াৰ প্ৰতি তেওঁৰ উৎসৰ্গা আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰেঃ প্ৰধানমন্ত্ৰী
***
MJPS/SS/PRK/HS