প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
15 OCT 2026 1:40PM by PIB Guwahati
ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কৈছে;
"ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী @BhajanlalBjp ই আজি প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে @RajCMO।”
******
MJPS/SS/ST/HS
(ৰিলিজ আই ডি : 2323847)
অতিথি কক্ষ : 7