ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ড০ এ পি জে আব্দুল কালামৰ জয়ন্তীত পুষ্পাঞ্জলিৰে শ্ৰদ্ধাৰ্ঘ্য ভাৰতৰ ৰাষ্ট্ৰপতিৰ

পোষ্ট কৰা হৈছে: 15 OCT 2026 12:28PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (১৫ অক্টোবৰ, ২০২৬) অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এপিজে আব্দুল কালামৰ জয়ন্তী উপলক্ষে তেওঁলৈ পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতিগৰাকী ৰাষ্ট্ৰীয় সৰস মেলাত অংশগ্ৰহণৰ বাবে বিজয়ৱাড়াত আছে।

****

MJPS/SS/PRK/HS


(ৰিলিজ আই ডি : 2323804) অতিথি কক্ষ : 2