প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহালয়া উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
10 OCT 2026 9:30AM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহালয়া উপলক্ষে দেশবাসীক আন্তৰিক শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰীয়ে সমাজত সুখ, সহানুভূতি আৰু আশাৰ সঞ্চাৰ কৰিবলৈ মা দুৰ্গাৰ আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰাৰ লগতে সকলোৰে সুস্বাস্থ্য, শান্তি আৰু সমৃদ্ধি কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত লিখেঃ
"শুভ মহালয়া! মা দুৰ্গাৰ আশীৰ্বাদ প্ৰাৰ্থনা কৰিছোঁ। মাৰ আশীৰ্বাদে আমাৰ সমাজখনক সুখ, সহমৰ্মিতা আৰু আশাৰে পৰিপূৰ্ণ কৰি তোলক। চৌদিশে শান্তি আৰু সমৃদ্ধি বিৰাজ কৰক।"
***
MJPS/SS/VJ/DB
(ৰিলিজ আই ডি : 2321677)
অতিথি কক্ষ : 15
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam