ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

শনিবাৰে পুৱা ০৭.৩০ বজাৰ পৰা ০৮.৩০ বজালৈকে চেঞ্জ অৱ গাৰ্ড কাৰ্যসূচী অনুষ্ঠিত হ’ব

পোষ্ট কৰা হৈছে: 09 OCT 2026 4:38PM by PIB Guwahati

প্ৰতি শনিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ ফ’ৰকোৰ্টত অনুষ্ঠিত হোৱা চেঞ্জ অৱ গাৰ্ড অনুষ্ঠান এই শনিবাৰৰ (১০ অক্টোবৰ ২০২৬) পৰা  পুৱা ০৭.৩০ বজাৰ পৰা ০৮.৩০ বজালৈ  নতুন সময়মতে  অনুষ্ঠিত হ’ব। অধিক বিৱৰণ ইয়াত চাওক https://visit.rashtrapatibhavan.gov.in/

 

***

MJPS/SS/PRK/MK


(ৰিলিজ আই ডি : 2321624) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: Urdu , English , हिन्दी , Marathi , Gujarati , Tamil , Malayalam