প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গান্ধী স্মৃতিত প্ৰাৰ্থনা সভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ বাপুৰ কালজয়ী বাৰ্তা স্মৰণ
পোষ্ট কৰা হৈছে:
02 OCT 2026 8:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধী স্মৃতিত অনুষ্ঠিত প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰি মহাত্মা গান্ধীৰ কালজয়ী বাৰ্তা স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানৰ এক গুৰুত্বপূৰ্ণ দিশ আছিল যুৱ বন্ধুসকলৰ সৈতে তেওঁৰ মত বিনিময়।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কৈছে;
"গান্ধী স্মৃতিত অনুষ্ঠিত প্ৰাৰ্থনা সভাত যোগদান কৰিলো। আমি বাপুৰ কালজয়ী বাৰ্তা স্মৰণ কৰিলো।
মোৰ যুৱ বন্ধুসকলৰ সৈতে হোৱা ভাবৰ আদান-প্ৰদান আছিল এক গুৰুত্বপূৰ্ণ বিষয়।"
MJPS/SS/ST/HS
(ৰিলিজ আই ডি : 2319998)
অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam