প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী বিনায়ক মন্দিৰ দৰ্শন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 07 OCT 2026 11:21AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ শ্ৰী বিনায়ক মন্দিৰত ভগৱান শ্ৰী গণেশক প্ৰাৰ্থনা কৰে। শ্ৰী মোদীয়ে প্ৰাৰ্থনা কৰে যে বিঘিনিনাশকৰ অনুগ্ৰহত সকলোৰে কল্যাণ হওক আৰু ৰাষ্ট্ৰই নিৰন্তৰ প্ৰগতিৰ পথত আগবাঢ়ি থাকক।

 

শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছেঃ

 

আজি নতুন দিল্লীৰ শ্ৰী বিনায়ক মন্দিৰত পূজা-অৰ্চনা আগবঢ়ালো।

সমগ্ৰ দেশৰে আপোন পৰিয়ালৰ সদস্যসকলৰ সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে ভগৱান শ্ৰী গণেশৰ ওচৰত প্ৰাৰ্থনা জনাইছো।

विघ्नहर्ता की कृपा से सबका कल्याण हो और देश निरंतर प्रगति के मार्ग पर आगे बढ़ता रहे।

বিঘিনিনাশকৰ অনুগ্ৰহত সকলোৰে কল্যাণ সাধন হওক আৰু দেশখনে প্ৰগতিৰ পথত আগবাঢ়ি যাওক।

***

MJPS/SS/VJ/HS


(ৰিলিজ আই ডি : 2319937) অতিথি কক্ষ : 10