প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত পুৰুষৰ ৪ x ৪০০ মিটাৰ ৰিলেত ব্ৰঞ্জৰ পদক জয় কৰা ধৰ্মবীৰ চৌধুৰী, মনু টি এছ, জয় কুমাৰ আৰু বিশাল টি কে ক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
29 SEP 2026 9:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত পুৰুষৰ ৪ x ৪০০ মিটাৰ ৰিলেত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে ধৰ্মবীৰ চৌধুৰী, মনু টি এছ, জয় কুমাৰ আৰু বিশাল টি কে-ক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে দলটোৱে সুন্দৰ সময়ৰ অভিলেখেৰে পদক লাভ কৰে । তেওঁলোকৰ সফলতাই অনাগত সময়ত এথলেটিকছৰ জনপ্ৰিয়তাত অৰিহণা যোগাব বুলি শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এক্স-ত পোষ্ট কৰা হৈছে;
"সঁচাকৈয়ে উল্লেখযোগ্য! পুৰুষৰ ৪ x ৪০০ মিটাৰ ৰিলেত সুন্দৰ সময়ৰ অভিলেখেৰে ব্ৰঞ্জৰ পদক জয় কৰা বাবে ধৰ্মবীৰ চৌধুৰী, মনু টি এছ, জয় কুমাৰ আৰু বিশাল টি কে ক অভিনন্দন জনাইছো। তেওঁলোকৰ সফলতাই আগন্তুক সময়ত এথলেটিকছৰ জনপ্ৰিয়তাত অৰিহণা যোগাব: প্ৰধানমন্ত্ৰী @narendramodi "
***
MJPS/SS/ST/DD
(ৰিলিজ আই ডি : 2316875)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam