প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত মহিলাৰ ৫০০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক জয় কৰা পাৰুল চৌধাৰীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 28 SEP 2026 9:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত মহিলাৰ ৫০০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰা পাৰুল চৌধাৰীক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ সফলতা উদীয়মান খেলুৱৈসকলৰ বাবে অতি প্ৰেৰণাদায়ক। শ্ৰী মোদীয়ে তেওঁক ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ ‘এছিয়ান গেমছত মহিলাৰ ৫০০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে পাৰুল চৌধাৰীক অভিনন্দন জনাইছো। তেওঁৰ সফলতা উদীয়মান খেলুৱৈসকলৰ বাবে অতি প্রেৰণাদায়ক। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনাইছোঃ প্ৰধানমন্ত্ৰী @narendramodi’

****

MJPS/SS/PRK/MK


(ৰিলিজ আই ডি : 2316303) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil