প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰকৃত জ্ঞানী ব্যক্তি এজনৰ গুণসমূহ দাঙি ধৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
01 SEP 2026 8:27AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰকৃত জ্ঞানী ব্যক্তি এজনৰ গুণসমূহ দাঙি ধৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখে;
"यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते॥"
প্ৰকৃত জ্ঞানী ব্যক্তি হৈছে সেইজন, যাৰ পৰিকল্পনা আৰু কাৰ্যসমূহ সম্পূৰ্ণ নোহোৱালৈকে আনৰ অগোচৰে থাকে। এনে শৃংখলিত, বিবেকবান আৰু চিন্তাশীল ব্যক্তিকহে প্ৰকৃত অৰ্থত জ্ঞানী বুলি গণ্য কৰা হয়।
***
MJPS/SS/PRK/DB
(ৰিলিজ আই ডি : 2305344)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam