প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰে

পোষ্ট কৰা হৈছে: 20 AUG 2026 9:47PM by PIB Guwahati

আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী বিনয় কুমাৰ ছাক্সেনাই।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত লিখিছে;

‘ লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী বিনয় কুমাৰ ছাক্সেনাই প্ৰধানমন্ত্ৰী  শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

@lg_ladakh”

 

***

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2301851) অতিথি কক্ষ : 51