ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ড০ শংকৰ দয়াল শৰ্মাৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ স্মৃতিত পুষ্পাঞ্জলি তৰ্পণ ভাৰতৰ ৰাষ্ট্ৰপতিৰ

प्रविष्टि तिथि: 19 AUG 2026 1:48PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ( ১৯আগষ্ট, ২০২৬ ) ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ শংকৰ দয়াল শৰ্মাৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ স্মৃতিত পুষ্পাঞ্জলি তৰ্পণ কৰে।

***

MJPS/SS/PKK/DD


(रिलीज़ आईडी: 2301543) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Gujarati , Tamil , Telugu , Kannada , Malayalam